DY365
DY365
  • Видео 27 569
  • Просмотров 570 884 171
নিচাযুক্ত দ্ৰব্য সেৱনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ অৰ্থে চাইকেল ৰেলী
নিচাযুক্ত দ্ৰব্য সেৱনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ অৰ্থে চাইকেল ৰেলী। ইয়ং ইণ্ডিয়া, গুৱাহাটী শাখাৰ উদ্যোগত এই সজাগতা ৰেলী। নাৰ্কোটিক্স কনট্ৰ’ল ব্যুৰ’ৰ সহযোগত ৰেলীৰ আয়োজন। SB দেওৰা কলেজৰ পৰা আৰম্ভ হয় এই চাইকেল ৰেলী। ৰেলীত অংশগ্ৰহণ প্ৰায় ২০০ চাইক্লিষ্টৰ।
#cyclerally
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscr...
Просмотров: 12

Видео

অসমৰ বানপানী সমস্যাক ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে গভীৰভাৱে গুৰুত্ব নিদিয়ে- অখিল গগৈ
Просмотров 80
'অসমৰ বানপানী সমস্যাক ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে গভীৰভাৱে গুৰুত্ব নিদিয়ে।' 'অসমৰ ৰাইজে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবী কৰি আহিছে।' অসমৰ বানপানী সমস্যাক লৈ বিধায়ক অখিল গগৈৰ মন্তব্য। #akhilgogoi The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team...
২০২৪ৰ লোকসভা নিৰ্বাচনে অসমত বিজেপিক দিলে এশিকনি - অখিল গগৈ
Просмотров 132
'২০২৪ৰ লোকসভা নিৰ্বাচনে অসমত বিজেপিক দিলে এশিকনি।' 'অসমত বিজেপিক কেতিয়াও, কোনেও উদ্ধাৰ কৰিব নোৱাৰে।' বিজেপি, মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈৰ। #akhilgogoi The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists an...
অৰুণাচলৰ টিপ্পিত ভয়ংকৰ ভূমিস্খলন #lanslide
Просмотров 40
অৰুণাচলৰ টিপ্পিত ভয়ংকৰ ভূমিস্খলন। সম্পূৰ্ণৰূপে বন্ধ চেপ্পা-টাৱাং সংযোগী পথ। পাহাৰত নেৰানেপেৰা বৰষুণৰ ফলতে খহিল শিল-মাটি। ৰাজপথত আবদ্ধ হৈ পৰিছে বহু যান-বাহন। The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up o...
ARVINDএইবাৰ CBIয়ে গ্ৰেপ্তাৰ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক
Просмотров 144
এইবাৰ CBIয়ে গ্ৰেপ্তাৰ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। জেলৰ পৰাই CBI-এ গ্ৰেপ্তাৰ কৰিলে কেজৰিৱালক। আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব কেজৰিৱালক। কাৰাবন্দী হৈ থকাৰ মাজতে গ্ৰেপ্তাৰ দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীক। #arvindkejriwal #cbi #DY365 The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility...
আজি লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন। কোন হ’ব অষ্টাদশ লোকসভাৰ অধ্যক্ষ?
Просмотров 190
আজি লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন। কোন হ’ব অষ্টাদশ লোকসভাৰ অধ্যক্ষ? অধ্যক্ষ পদৰ নিৰ্বাচনত সমুখসমৰত NDA আৰু I.N.D.I.A #speaker #loksabha #DY365 The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professi...
লোকসভাৰ অধ্যক্ষ নিৰ্বাচনৰ পূৰ্বে বিৰোধী মিত্ৰজোঁটত ভাঙোন!
Просмотров 2,5 тыс.
লোকসভাৰ অধ্যক্ষ নিৰ্বাচনৰ পূৰ্বে বিৰোধী মিত্ৰজোঁটত ভাঙোন! বিৰোধীৰ অধ্যক্ষ পদৰ প্ৰাৰ্থীক লৈ অসন্তুষ্টি তৃণমূল কংগ্ৰেছৰ মাজত। অধ্যক্ষ নিৰ্বাচনত ইণ্ডি এলায়েন্সে হেৰুৱাব পাৰে TMCৰ ২৯টাকৈ ভোট। #indialliance #tmc #clash #dy365 The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedica...
গুৱাহাটী মহানগৰীত তীব্ৰ যান-জঁট
Просмотров 1,4 тыс.14 часов назад
ভুলতো এই মুহূৰ্তত ওলাই নাহিব বাহিৰলৈ। গুৱাহাটী মহানগৰীত যান-জঁট। বৰষুণৰ পিছতে মহানগৰীত হাহাকাৰ অৱস্থা।GS ৰোডত অভাৱনীয় পৰিস্থিতি। The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical tea...
দেশত প্ৰৱৰ্তন হ’ব লগীয়া ৩খন নতুন আইনক লৈ সাজু অসম আৰক্ষী
Просмотров 1,2 тыс.14 часов назад
দেশত প্ৰৱৰ্তন হ’ব লগীয়া ৩খন নতুন আইনক লৈ সাজু অসম আৰক্ষী। অসম আৰক্ষীৰ সহযোগত PIB-এ অনুষ্ঠিত কৰা কৰ্মশালাত অংশ লৈ DGP জি পি সিঙৰ ঘোষণা- আমি সম্পূৰ্ণৰূপে সাজু। উল্লেখ্য ব্ৰিটিছ যুগৰ আইন বাতিল কৰি NDA চৰকাৰে ৩খন নতুন আইন আনিছে। The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly de...
নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা গুৱাহাটীত এইবাৰ ATMত চোৰে চলালে লুটপাত
Просмотров 65614 часов назад
নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা গুৱাহাটী মহানগৰীত এইবাৰ ATMত চোৰে চলালে লুটপাত। মালিগাঁৱত ATM ভাঙি চোৰে লৈ গ’ল ৩০ লক্ষাধিক টকা। The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, ...
স্বাধীনতাৰ পিছত প্ৰথম বাৰলৈ লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন
Просмотров 11 тыс.14 часов назад
স্বাধীনতাৰ পিছত প্ৰথম বাৰলৈ লোকসভাৰ অধ্যক্ষ পদৰ বাবে বুধবাৰে নিৰ্বাচন অনুষ্ঠিত হ’ব। লোকসভাৰ অধ্যক্ষ পদৰ বাবে কোনো সহমতত উপনীত হ’ব নোৱাৰিলে শাসক-বিৰোধী। পৰম্পৰা ৰক্ষা কৰি উপাধ্যক্ষৰ পদটো শাসকীয় পক্ষই বিৰোধীক এৰি দিবলৈ মান্তি নোহোৱাত অধ্যক্ষ পদৰ বাবেও প্ৰাৰ্থী থিয় কৰালে সন্মিলিত বিৰোধীয়ে। মঙলবাৰে NDAই অধ্যক্ষ পদৰ বাবে ওম বিৰলাৰ আৰু INDIA-ই কুডিকুন্নিল সুৰেশৰ মনোনয়ন পত্ৰ দাখিল কৰিলে। The agenda of...
অম্বুবাচী মেলাৰ অন্তিম দিনা প্ৰতিবাদস্থলীত পৰিণত হ’ল মা কামাখ্যাৰ প্ৰাংগণ
Просмотров 3,7 тыс.14 часов назад
হঠাত্‍ অম্বুবাচী মেলাৰ অন্তিম দিনা প্ৰতিবাদস্থলীত পৰিণত হ’ল মা কামাখ্যাৰ প্ৰাংগণ। মেলালৈ অহা অসংখ্য সাধু-সন্ন্যাসী, কিন্নড়ে একেলগ হৈ প্ৰতিবাদ কৰিলে প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে। স্বাস্থ্য সেৱাৰ ব্যৱস্থা নথকাত আৰু আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত ক্ষুব্ধ সাধু-সন্ন্যাসী। The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A chann...
আগৰ পৰিবেশ নাই এতিয়া বাজপেয়ী ভৱনত
Просмотров 42314 часов назад
আগৰ পৰিবেশ নাই এতিয়া বাজপেয়ী ভৱনত। কোনে কাক চিপৰাং মাৰিব পাৰে তাৰ যেন এতিয়া প্ৰতিযোগিতা বিজেপিত। দূৰত্ব বাঢ়িছে জনপ্ৰতিনিধি আৰু কৰ্মীৰ মাজত। তাৰ মাজতে চলিছে সাংগঠনিক সাল সলনি ৰ কুচকাৱাজ। The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, corresponden...
কামখ্যাত নিৰ্মাণ হ'ব লগীয়া কৰিডৰক লৈ মুখ খুলিলে সাধু আৰু বাবা সকলে।
Просмотров 1,4 тыс.14 часов назад
কামাখ্যা মন্দিৰত একচেছ কৰিডৰ নিৰ্মাণৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ। এই লৈ অব্যাহত আছে বিতৰ্ক। যদিহে কামাখ্যাত একচেছ কৰিডৰ নিৰ্মাণ হয় তেন্তে বিৰূপ প্ৰভাৱ পৰিব নেকি কামাখ্যা মন্দিৰৰ ওপৰত। কামখ্যাত নিৰ্মাণ হ'ব লগীয়া এই কৰিডৰক লৈ মু খুলিলে মন্দিৰলৈ অহা সাধু আৰু বাবা সকলে। The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal ...
APSC গোচৰক লৈ চৰকাৰে গঠন কৰি দিয়া SITক লৈ সন্তুষ্ট নহয় আদালত।
Просмотров 19214 часов назад
APSC গোচৰক লৈ চৰকাৰে গঠন কৰি দিয়া SITক লৈ সন্তুষ্ট নহয় আদালত।
এইবাৰ বিধায়ক অখিল গগৈৰ ক্ষোভ সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ওপৰত
Просмотров 17814 часов назад
এইবাৰ বিধায়ক অখিল গগৈৰ ক্ষোভ সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ওপৰত
কৰ বৃদ্ধিক লৈ কেনিয়াত প্ৰতিবাদৰ হিংসাত্মক ৰূপ
Просмотров 16314 часов назад
কৰ বৃদ্ধিক লৈ কেনিয়াত প্ৰতিবাদৰ হিংসাত্মক ৰূপ
কামাখ্যাত অন্ত পৰিল অম্বুবাচী মেলা
Просмотров 1,1 тыс.14 часов назад
কামাখ্যাত অন্ত পৰিল অম্বুবাচী মেলা
ভিন্ন প্ৰান্তত বাঢ়নী পানীয়ে লৈছে কাল ৰূপ
Просмотров 1,8 тыс.17 часов назад
ভিন্ন প্ৰান্তত বাঢ়নী পানীয়ে লৈছে কাল ৰূপ
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ ভয়াৱহ অঘটন
Просмотров 2,9 тыс.17 часов назад
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ ভয়াৱহ অঘটন
সাংসদ অজিত কুমাৰ ভূঞাৰ ৰাজনৈতিক সপোনবোৰত কিহে ভুমুকি মাৰে?
Просмотров 91217 часов назад
সাংসদ অজিত কুমাৰ ভূঞাৰ ৰাজনৈতিক সপোনবোৰত কিহে ভুমুকি মাৰে?
হোষ্টেল, ৰেস্তোৰাঁত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰৰ ফলত ৰাজহ হ্ৰাস পাইছে চৰকাৰৰ
Просмотров 96517 часов назад
হোষ্টেল, ৰেস্তোৰাঁত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰৰ ফলত ৰাজহ হ্ৰাস পাইছে চৰকাৰৰ
প্ৰফুল্ল কুমাৰ মহন্তৰ ৰাজনৈতিক জীৱনৰ যৱনিকা কিয় পৰিল?
Просмотров 51517 часов назад
প্ৰফুল্ল কুমাৰ মহন্তৰ ৰাজনৈতিক জীৱনৰ যৱনিকা কিয় পৰিল?
ৰিপুণ বৰাই কংগ্ৰেছ এৰাটো ভুল আছিল নেকি?
Просмотров 4,9 тыс.18 часов назад
ৰিপুণ বৰাই কংগ্ৰেছ এৰাটো ভুল আছিল নেকি?
লোকসভাৰ অধ্যক্ষ নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি হ’ব পাৰে I.N.D.I.Aৰ
Просмотров 53 тыс.21 час назад
লোকসভাৰ অধ্যক্ষ নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি হ’ব পাৰে I.N.D.I.Aৰ
ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ। আজিয়েই আপুনি সম্পন্ন কৰক e-KYC পৰীক্ষণ
Просмотров 2 тыс.День назад
ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ। আজিয়েই আপুনি সম্পন্ন কৰক e-KYC পৰীক্ষণ
অপৰাধীৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ বন্দু*ক
Просмотров 10 тыс.День назад
অপৰাধীৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ বন্দু*ক
ইতিহাস ৰচি ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ দুই অসমীয়াৰ
Просмотров 1,8 тыс.4 часа назад
ইতিহাস ৰচি ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ দুই অসমীয়াৰ
আজি মুকলি আকাশৰ তললৈ আহিব পাৰে অৰবিন্দ কেজৰিৱাল!
Просмотров 6844 часа назад
আজি মুকলি আকাশৰ তললৈ আহিব পাৰে অৰবিন্দ কেজৰিৱাল!
অষ্ট্ৰেলিয়াক পৰাস্ত কৰি T20 বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ
Просмотров 5 тыс.4 часа назад
অষ্ট্ৰেলিয়াক পৰাস্ত কৰি T20 বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ

Комментарии

  • @thamchidance9847
    @thamchidance9847 2 часа назад

    ♥️♥️♥️👍👍👍

  • @bisaldaula4806
    @bisaldaula4806 2 часа назад

    Go..beck...congress.party

  • @bisaldaula4806
    @bisaldaula4806 2 часа назад

    Joy..b.j.p

  • @jupango460
    @jupango460 2 часа назад

    😂😢😅 Nangal,Super talented

  • @dhritirajkashyap1827
    @dhritirajkashyap1827 2 часа назад

    Congress k bea pow jodi o ...Congress r kotha t support korisu....

  • @tilak_roy
    @tilak_roy 2 часа назад

    5 ম।

  • @sanjibbora1789
    @sanjibbora1789 3 часа назад

    ভাল কাম কৰিছে টি এম্ চি

  • @safedali2101
    @safedali2101 3 часа назад

    Right 👍👍👍👍👍👍

  • @lsd4889
    @lsd4889 3 часа назад

    Sadhu baba bore thike koise karan teolok connect hoi thake maa r lgt ..teolokr sadhanar jogedi.... amio nibicharo maa jeneke ase tenekoie thkib dib lage imn dine maa i tenekoie ase

  • @villagesportsassam6005
    @villagesportsassam6005 3 часа назад

    Gadu ayto banga nohoy gadu news Ayto bjp k surprise dibu India alliance 😂😂

  • @jslp9dj
    @jslp9dj 3 часа назад

    Save Nilachal at all cost🙏

  • @hairprasaddeori2325
    @hairprasaddeori2325 3 часа назад

    Good steps ...

  • @Abhinavakash123
    @Abhinavakash123 3 часа назад

    Congress pora dile vl hobo .

  • @manikkalita3288
    @manikkalita3288 3 часа назад

    গণ্ডগোল কৰিলে কি অৱস্থা হয় আৰু কলৈ যাব লাগে তেখেতৰ অভিজ্ঞতা আছে গতিকে সাৱধান 😅

  • @sashibhatta5198
    @sashibhatta5198 3 часа назад

    সহমতত আহিব নোৱাৰিলে নেকি ? আঁৰত ক্ষমতাৰ মোহ !

  • @manashhira7222
    @manashhira7222 3 часа назад

    আকৌ এবাৰ ভাৰতৰ আগত কংগ্ৰেছৰ গৰু হাৰন হব 😂😂

  • @bipulrabha-xg7jr
    @bipulrabha-xg7jr 4 часа назад

    হৰামি বোৰ দেখি ভাল নালাগে ৰাজনীতি

  • @minakshikalitanath
    @minakshikalitanath 4 часа назад

    আজি ইমান দিন হ'ল নাম অহা এতিয়া লৈকে দিয়া নাই ।

  • @trekkingwithfun
    @trekkingwithfun 4 часа назад

    Bharat totha Axom sarkare traffic control r kotha Amsterdam dehor pora hikibo lage

  • @user-st3ev3dj5d
    @user-st3ev3dj5d 4 часа назад

    বহুত বহুত সুন্দৰ ভাল লাগিল এই বাতৰিটো দেখি l ধৈনবাদ ☺️ ☺️ ☺️ ☺️ 🙏 🙏 🙏🙏

  • @akmulhussain1336
    @akmulhussain1336 4 часа назад

    Modiya media 😂😂

  • @pronoybasumatary9079
    @pronoybasumatary9079 4 часа назад

    Election holding is the best way.

  • @dibyadharmoranbest1020
    @dibyadharmoranbest1020 5 часов назад

    Moiza video daisa Moibesoikal

  • @hiteshdeka153
    @hiteshdeka153 5 часов назад

    Right decision by opposition

  • @paniramtisso2509
    @paniramtisso2509 5 часов назад

    Ratnatsing ne Article 244(A) implement keliye bhi jhut bola.

  • @Jatiotabadi
    @Jatiotabadi 6 часов назад

    হত্যা কৰিব লাগে

  • @binodsaikia1882
    @binodsaikia1882 6 часов назад

    প্ৰতিটো অপৰাধিয়েই শাস্তি হওক ।

  • @palashmonisaikia1682
    @palashmonisaikia1682 6 часов назад

    Very very nice 👍

  • @user-jc7kp1iu3r
    @user-jc7kp1iu3r 6 часов назад

    ফাঁচি দিব লাগে গোটেইকেইটাক ৫ ।অপৰাধিক

  • @user-hj7qh7gg4j
    @user-hj7qh7gg4j 6 часов назад

    ❤❤

  • @NEWMOVIES-bz2nb
    @NEWMOVIES-bz2nb 6 часов назад

    Faltu. News

  • @DragonRider9
    @DragonRider9 6 часов назад

    bhorit kyo guliabo lage..direct headshot dibo lage

  • @pompipatgiri
    @pompipatgiri 7 часов назад

    বি।জে।পি।বাকী।বাজ।দল

  • @mostofamdkhairulislam5870
    @mostofamdkhairulislam5870 7 часов назад

    Very good decision India alliance zindabad Congress party zindabad

  • @utpalkumarchakrabarty1726
    @utpalkumarchakrabarty1726 10 часов назад

    মৰি গ'লেও জুবিন দা সেই কাম নকৰে গেৰাণ্টি

  • @KamalGogoi-wq7de
    @KamalGogoi-wq7de 11 часов назад

    Set dal

  • @DipankarDeka-bi3kq
    @DipankarDeka-bi3kq 11 часов назад

    Selut,jai hind

  • @user-by8ey6rk4w
    @user-by8ey6rk4w 12 часов назад

    Introspection is need for hour 4 BJP

  • @Raghu1461
    @Raghu1461 12 часов назад

    Jay ma kamakhya kamakhya aair duwarot aadha honkhya vondo hadhu hat khan patilei poisar manoni ai khetror dresti gusor huwatu joruri good step Naga baba dekhor hadhugon aapuna hobor Jay hok ❤❤

  • @user-by8ey6rk4w
    @user-by8ey6rk4w 12 часов назад

    BJP has surplus leaders

  • @TahirKhadem
    @TahirKhadem 12 часов назад

    Right ❤ designation 😅

  • @bhaskarsharma2300
    @bhaskarsharma2300 12 часов назад

    অকৰা মৈত ক্ঙৰেচ ।

  • @RiyanKashyab
    @RiyanKashyab 12 часов назад

    Sumi bora ne ki tai nijoke holwoodr actor jen pai

  • @rbentertainment2500
    @rbentertainment2500 12 часов назад

    Kiba ata hobo ai bar he... Aji 10 bosor tu sup a asil.na... kiba ata hbo... Hey atu sabo mon ase...

  • @minarhussain3043
    @minarhussain3043 13 часов назад

    CAA andolan beghat lagowa manuh towe hol jubeen ai jonar sarup olai paril

  • @dilwarhussain5149
    @dilwarhussain5149 13 часов назад

    Good decision❤

  • @user-wg5bm2qx6g
    @user-wg5bm2qx6g 13 часов назад

    Iman basarar pora ahi anil aiuluk aji Har paisa neki j iat kunu bibasta nai?aru Ata kotha Iman Darshania Bhakta hokolar karane ki hoisaghar snanghar hambab hoine?

  • @mrinalnath7185
    @mrinalnath7185 13 часов назад

    Good

  • @amarpurnimablogs7740
    @amarpurnimablogs7740 13 часов назад

    😢😢

  • @user-yq7gm1tg4z
    @user-yq7gm1tg4z 13 часов назад

    নাৰায়ন নাৰায়ন😮😮😢😢